Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যসভাৰ সাংসদে ১২ বছৰীয়া পৰিৱৰ্তনশীল শাসনৰ ওপৰত আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ শ্ৰী নীতিন নবীনৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।

প্ৰৱন্ধটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ১২বছৰীয়া পৰিৱৰ্তনশীল শাসনৰ সম্পৰ্কত চিন্তাধাৰা ভাগ বাটোৱাৰা কৰা হৈছে। সামূহিক সংকল্প, সামগ্ৰিক উন্নয়ন আৰু নাগৰিকৰ অংশগ্ৰহণে ভাৰতৰ বিকশিত ভাৰত হোৱাৰ যাত্ৰাক কেনেদৰে ত্বৰান্বিত কৰিছে আৰু লাখ লাখ লোকৰ আকাংক্ষা পূৰণ কৰিছে সেয়াও ইয়াত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“ৰাজ্যসভাৰ সাংসদ শ্ৰী @NitinNabin ৰ এই প্ৰৱন্ধটোত প্ৰধানমন্ত্ৰী @narendramodi ৰ নেতৃত্বত ১২ বছৰীয়া পৰিৱৰ্তনশীল প্ৰশাসনৰ ওপৰত মতামত ভাগ বাটোৱাৰা কৰা হৈছে, লগতে কেনেদৰে সামূহিক সংকল্প, সামগ্ৰিক উন্নয়ন আৰু নাগৰিকৰ অংশগ্ৰহণে ভাৰতৰ বিকশিত ভাৰত হোৱাৰ যাত্ৰাক ত্বৰান্বিত কৰিছে আৰু লাখ লাখ লোকৰ আকাংক্ষা পূৰণ কৰিছে সেই বিষয়েও আলোকপাত কৰা হৈছে।”

 

***

MJPS/SS/PRK/HS