Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অক্ষয় তৃতীয়া উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়াৰ শুভক্ষণত দেশৰ নাগৰিকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পৱিত্ৰ উৎসৱে মানুহক সৎকৰ্ম, দান, সেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত লিখিছে;

“অক্ষয় তৃতীয়া উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভকামনা। এই পবিত্ৰ উৎসৱে আমাক সৎকৰ্ম, দান, সেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। সকলোৱে চিৰন্তন ফল লাভ কৰক, এয়াই কামনা।”

 

 

***

MJPS/ST/KD