Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ওনাম উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ওনাম কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অপৰিসীম উৎসাহেৰে উদযাপন কৰা এক প্ৰাণৱন্ত উৎসৱ। এই উৎসৱে সমাজত সুখ, একতা আৰু সমৃদ্ধিৰ মনোভাৱ অধিক শক্তিশালী কৰিব বুলি তেওঁ প্ৰাৰ্থনা কৰে ।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

ഏവർക്കും മനോഹരമായ ഓണം ആശംസിക്കുന്നു. ലോകമെമ്പാടും വലിയ ആവേശത്തോടെ ആഘോഷിക്കപ്പെടുന്ന ഊർജസ്വലമായ ഉത്സവമാണിത്.

ഈ ഉത്സവം സന്തോഷത്തിന്റെയും ഒത്തൊരുമയുടെയും സമൃദ്ധിയുടെയും മനോഭാവത്തിന് കൂടുതൽ കരുത്തുപകരട്ടെ.

 

এটা সুন্দৰ ওনাম উপভোগ কৰক।

এই প্ৰাণৱন্ত উৎসৱ সমগ্ৰ বিশ্বতে অপৰিসীম উৎসাহেৰে পালন কৰা হৈছে। ই সুখ, একতা আৰু সমৃদ্ধিৰ মনোভাৱ বৃদ্ধি কৰক।

***

MJPS/SS/VJ/MK