Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অধ্যাপক ষ্টীফেন হকিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যাপক ষ্টীফেন হকিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷

‘‘অধ্যাপক ষ্টীফেন হকিং আছিল এজন অসাধাৰণ বিজ্ঞানী তথা শিক্ষাবিদ৷ তেওঁৰ ধৈৰ্য আৰু দৃঢ়তাই সমগ্ৰ বিশ্বৰে লোকক  অনুপ্ৰাণিত কৰিছিল৷ তেওঁ মৃত্যুক পৰিহাস কৰিছিল৷ অধ্যাপক হকিঙৰ অগ্ৰণী কৰ্মই আমাৰ পৃথিৱীখনক এক উন্নত স্থান হিচাপে পৰিগণিত কৰিছে৷ তেওঁৰ আত্মাই যেন শান্তি পায়৷’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ 

***

AKT/SH/MANN