পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন বিত্ত আৰু ৰাজহ সচিব শ্ৰী হাসমুখ আধিয়াৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত দূৰদৰ্শী চিন্তা, সঠিক অভিপ্ৰায় আৰু সুশাসনে ভাৰতক প্ৰগতিৰ এক নতুন পথ প্ৰস্তুত কৰাত কেনেদৰে সহায় কৰি আছে, সেই বিষয়ে আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰবন্ধটোৱে ৰাষ্ট্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত জনসাধাৰণকেন্দ্ৰিক নীতি আৰু ফলপ্ৰসূ প্ৰশাসনৰ পৰিবৰ্তনমূলক প্ৰভাৱৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
যেতিয়া দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক কেন্দ্ৰত ৰাখি নীতি প্ৰণয়ন কৰা হয় আৰু তৃণমূল পৰ্যায়ত সিদ্ধান্তসমূহ ৰূপায়ণ কৰা হয়, তেতিয়া সমাজ আৰু ৰাষ্ট্ৰ উভয়ে শক্তিশালী হয়। এই প্ৰবন্ধটোত ভাৰতৰ প্ৰাক্তন বিত্ত আৰু ৰাজহ সচিব @adhia03 জীয়ে কেনেদৰে দেশখনে দূৰদৰ্শী চিন্তা, সঠিক উদ্দেশ্য আৰু সুশাসনৰ জৰিয়তে প্ৰগতিৰ এক নতুন পথ লাভ কৰিছে, সেই বিষয়ে আলোচনা কৰিছে।
जब गरीबों एवं वंचितों को केंद्र में रखकर नीतियां बनाई जाती हैं और निर्णय जमीन पर लागू किए जाते हैं, तो समाज और राष्ट्र दोनों को मजबूती मिलती है। भारत के पूर्व वित्त एवं राजस्व सचिव @adhia03 जी ने अपने इस आलेख में बताया है कि दूरदर्शी सोच, सही नीयत और सुशासन के जरिए कैसे देश को… pic.twitter.com/RWMMqaFV7M
— PMO India (@PMOIndia) September 18, 2026
***
MJPS/SS/VJ/NB