পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয়ত বিস্তৃতভাৱে মত বিনিময় কৰাটো সদায় আনন্দৰ বিষয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;
‘অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৰ হায়দৰাবাদৰ বাসগৃহলৈ গৈ তেওঁক সপৰিয়ালে লগ পাইছিলোঁ। তেওঁলোকক লগ পাই বৈচিত্ৰ্যপূৰ্ণ বিষয়ত বিস্তৃত মত বিনিময় কৰি সদায় সুখী হওঁ।
@ncbn”
In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.@ncbn pic.twitter.com/YyFqO9Hry7
— Narendra Modi (@narendramodi) May 10, 2026
***
MJPS/SS/ST/KD

హైదరాబాద్ లో ఆంధ్రప్రదేశ్ ముఖ్యమంత్రి శ్రీ చంద్రబాబు నాయుడి గారి నివాసానికి వెళ్లి, ఆయనతో పాటు ఆయన కుటుంబ సభ్యులను కలిశాను. వారిని కలసి విభిన్న అంశాలపై అభిప్రాయాలు పంచుకోవడం ఎప్పుడూ ఒక ప్రత్యేకతే.@ncbn pic.twitter.com/OoYVQ5Wi5u
— Narendra Modi (@narendramodi) May 10, 2026