পি এম ইণ্ডিয়া
এছিয়ান গেমছত মিশ্ৰিত সমৰ কলাত ব্ৰঞ্জৰ পদক লাভ কৰা সুচিকা তাৰিয়ালক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাই ইয়াক ভাৰতৰ বাবে এক ঐতিহাসিক সাফল্য বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ এইখন ক্ষেত্ৰত ভাৰতৰ হৈ এছিয়ান গেমছত প্ৰথমটো পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ কৃতিত্ব বিশেষভাৱে গুৰুত্বপূৰ্ণ, যিয়ে তেওঁৰ উৎসৰ্গা আৰু উদ্যমৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক অনাগত দিনত আৰু অধিক সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
“ভাৰতৰ বাবে এক ঐতিহাসিক সাফল্য!
মিশ্ৰিত সমৰ কলাত ব্ৰঞ্জৰ পদক জয় আৰু এইখন ক্ষেত্ৰত ভাৰতৰ হৈ প্ৰথমটো এছিয়ান গেমছৰ পদক লাভ কৰাৰ বাবে সুচিকা তাৰিয়ালক অভিনন্দন জনাইছো। তেওঁৰ কৃতিত্ব বিশেষভাৱে গুৰুত্বপূৰ্ণ, যিয়ে তেওঁৰ উৎসৰ্গা আৰু উদ্যমৰ ওপৰত আলোকপাত কৰে।
অনাগত দিনত অধিক সাফল্য কামনা কৰি তেওঁলৈ শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi “
A historic achievement for India!
Congratulations to Suchika Tariyal on winning a Bronze in Mixed Martial Arts and securing India’s first-ever Asian Games medal in this field. Her achievement is especially significant, highlighting her dedication and zeal.
Best wishes for many…
— PMO India (@PMOIndia) September 22, 2026
***
MJPS/SS/PRK/HS