Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিনেতা টম অল্টাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা টম অল্টাৰৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বোলছবি তথা থিয়েটাৰ জগতলৈ তেওঁ আগবঢ়োৱা বৰঙণিক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে টম অল্টাৰৰ পৰিয়াল আৰু তেওঁৰ শুভাকাংক্ষীসকলৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে।

*****

AKT/NT/DB