Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইআৰএনএছএছ-২ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক প্রধানমন্ত্রীৰ অভিনন্দন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আইআৰএনএছএছ-২ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।

এক বার্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পিএছএলভিৰ দ্বাৰা আইআৰএনএছএছ-২ উপগ্রহৰ সফল উৎক্ষেপণৰ বাবে আমাৰ বিজ্ঞানীসকলক মই অভিনন্দন জনাইছো। এই সাফল্যৰ জৰিয়তে আমাৰ মহাকাশ কার্যসূচীৰ সুফলবোৰ সাধাৰণ লোকসকলৰ ওচৰ পাব। ইছৰোৰ দলীয় প্রচেষ্টাক লৈ আমি গৌৰৱ বোধ কৰিছো!”

***

AKT/AP/DB