Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আজিৰ কেবিনেটত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ঘোষণা কৰিছে যে কাইলৈৰ কেবিনেটত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কৈছেঃ

“কাইলৈৰ কেবিনেটত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব!”

****

MJPS/SS/PRK/HS