Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সেৱা তীৰ্থত যোগ অধিৱ্শেন অনুষ্ঠিত


আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সেৱা তীৰ্থত এক যোগ অধিৱেশনৰ আয়োজন কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় (এন এছ চি এছ)ৰ বিষয়াসকলে এই অধিৱেশনত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে,

“যোগ দিৱস উপলক্ষে আজি সেৱা তীৰ্থত এখন যোগ অধিৱেশনৰ আয়োজন কৰা হয়, য’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবালয় আৰু এন এছ চি এছৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।”


 

***********

 

MJPS/SS/ST/KD