Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে: প্ৰধানমন্ত্ৰী


 

ভাৰতৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰাৰ সকলো সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

‘মাইগভইণ্ডিয়া হেণ্ডেল’-ৰ এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:

“আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে! আৰু, আমি তেওঁলোকক সকলো সুযোগ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰি তুলিব।”

 

 

***

MJPS/SR