Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ ভাৰত ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহ


1

মানসিক স্বাস্থ্য সন্দৰ্ভত বুজাবুজি চুক্তি

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ

2

চিকিৎসা সামগ্ৰীৰ সুৰক্ষা সন্দৰ্ভত বুজাবুজি চুক্তি

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয় প্ৰধানৰ অধীনৰ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন।

3

সহযোগিতা পত্ৰ

ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড আৰু এক্সঅ’ন ম’বিল ইণ্ডিয়া এলএনজি লিমিটেড

চাৰ্ট ইণ্ডাষ্ট্ৰিজ আইএনচি

ক্ৰমিক নং শিৰোনাম ভাৰতীয় পক্ষৰ ন’ডেল প্ৰতিষ্ঠান/বিভাগ আমেৰিকা পক্ষৰ ন’ডেল প্ৰতিষ্ঠান/বিভাগ

***

VRRK/SH/RD