Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আম আদমী পাৰ্টীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


দিল্লী বিধানসভা নিৰ্বাচনত চমকপ্ৰদ বিজয় অৰ্জন কৰাৰ বাবে আম আদমী পাৰ্টি তথা শ্ৰী অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লী বিধানসভা নিৰ্বাচনত অনন্যভাৱে জয়লাভ কৰাৰ বাবে আপ আৰু শ্ৰী অৰবিন্দ কেজৰিৱাল জীক আন্তৰিক অভিনন্দন জনাইছো। দিল্লীৰ জনসাধাৰণৰ আশা-আকাঙ্খাবোৰ পূৰ্ণ কৰাৰ বাবেও তেওঁক শুভেচ্ছা জনাইছো।”

*****

VRRK/VJ/RD