Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ সম্পৰ্কীয় সাংবিধানিক সংশোধন” সন্দৰ্ভত কেবিনেট নোটৰ সংশোধিত চৰকাৰী স্মাৰকপত্ৰ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত “আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ সম্পৰ্কীয় সাংবিধানিক সংশোধন” সন্দৰ্ভত কেবিনেট নোটৰ সংশোধিত চৰকাৰী স্মাৰকপত্ৰত অনুমোদন জনোৱা হৈছে৷ ২০১৯ৰ ৮ জানুৱাৰীত এই চৰকাৰী স্মাৰকপত্ৰ(অ’এম)ত কেবিনেটে অনুমোদন জনাইছিল৷

লাভালাভঃ

এই অনুমোদনে যিসকলক তেওঁলোকৰ আৰ্থিক অৱস্থাৰ ভিত্তিত তালিকাৰ পৰা বাদ দিয়া হৈছে, তেওঁলোকক উচ্চ শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত সূযোগ প্ৰদান কৰি সামাজিক সমতা বৃদ্ধি কৰিব৷

***

AKT/SNC/SH/DB