Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা টেলিফোন কল লাভ কৰে৷

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ সম্পৰ্কে আলোচনা কৰে৷ তাৰোপৰি দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত গোলকীয় পৰিস্থিতি সম্পৰ্কে মত বিনিময়ো কৰে৷

**********

VRRK/AK/MANN