Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইথিওপিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি

ইথিওপিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইথিওপিয়াৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ উপলক্ষে আজি আদিছ আবাবাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আৰু বিশেষ অনুষ্ঠানেৰে তেওঁক ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে উষ্ম আৰু বৰ্ণাঢ্য আদৰণি জনায়।

 

ভাৰত আৰু ইথিওপিয়াৰ জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক তথা ঐতিহাসিক সম্পৰ্ক আছে। ইথিওপিয়াৰ নেতৃত্বৰ এই বিশেষ ভংগীমাই গ্ল’বেল ছাউথৰ অংশীদাৰ হিচাপে দুয়োখন দেশে ইখনে সিখনক দিয়া গুৰুত্বৰ প্ৰতিফলন ঘটায়।

***

MJPS/ST/DB