Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইষ্টাৰ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শুভ ইষ্টাৰ! এই বিশেষ দিনটোৱে ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰিব বুলি মই আশাবাদী। ভগবান যীশুখ্ৰীষ্ট্ৰৰ বিনয়ী চিন্তাধাৰা আৰু আদৰ্শই সমাজৰ লোকসকলক সেৱাৰ মনোভাৱৰ লগতে ইতিবাচক চিন্তাৰ বাবে উদ্বুদ্ধ কৰক, তাকে কামনা কৰিলো।”

***

AKT/HS/DB