Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইৰাণ আৰু ইৰাকত হোৱা ভূমিকম্পত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ আৰু ইৰাকত হোৱা ভূমিকম্পত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

“ইৰাণ আৰু ইৰাকত হোৱা ভূমিকম্পত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত নিৰাময় কামনা কৰিছো,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

****

AKT/NT/PRK