পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-ই-মিলাড উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ঈদ-ই-মিলাডৰ শুভেচ্ছা জনাইছো। পয়গম্বৰ মহম্মদে দিয়া শিক্ষাই আমাৰ সমাজৰ সকলোৰে মাজত সদ্ভাৱ বৃদ্ধি কৰক।”
******
AKT/NT/DB
Greetings on Id-E-Milad. May the teachings of Prophet Mohammad further the spirit of harmony in our society. https://t.co/DpGJI8BZUN
— Narendra Modi (@narendramodi) December 2, 2017