Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঈদ-উজ-জোহা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


ঈদ-উজ-জোহা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। “ঈদ-উজ-জোহাৰ শুভেচ্ছা জনাইছো। এই দিনটোৱে আমাৰ সমাজত দয়া আৰু ভাতৃত্ববোধৰ মনোভাৱ অধিক সুদৃঢ় কৰিব।” প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
*****

AKT/ VJ/DB