পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।প্ৰবন্ধটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেৱভূমি উত্তৰাখণ্ডৰ সৈতে থকা বিশেষ সম্পৰ্ক তথা উন্নয়নৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰবন্ধটোত তেওঁৰ দৃষ্টিভংগীয়ে কেনেদৰে উত্তৰাখণ্ডৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰিছে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনলৈ কেনেদৰে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে, সেই বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়—
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেৱভূমিৰ প্ৰতি থকা বিশেষ অনুৰাগ আৰু উন্নয়নৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সৰ্বজনবিদিত। তেওঁৰ দূৰদৰ্শী দৃষ্টিভংগীৰ ফলত উত্তৰাখণ্ডৰ উন্নয়নৰ যাত্ৰাই যথেষ্ট গতি লাভ কৰিছে, যাৰ ফলত জনসাধাৰণৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আহিছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তেওঁৰ এই প্ৰবন্ধটোত এই সকলো বিষয় বিস্তৃতভাৱে উল্লেখ কৰিছে…”
प्रधानमंत्री @narendramodi का देवभूमि से विशेष लगाव और विकास के प्रति उनकी प्रतिबद्धता जगजाहिर है। उनके विजन से उत्तराखंड की विकास यात्रा में बहुत तेजी आई है, जिससे आम लोगों के जीवन में काफी बदलाव आया है। मुख्यमंत्री @pushkardhami जी ने अपने इस आलेख में इन सबको लेकर विस्तार से बताया है…
— PMO India (@PMOIndia) October 8, 2026
****
MJPS/SS/ST/DM