পি এম ইণ্ডিয়া
উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তৰাখণ্ডবাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিকাশৰ পথত অগ্ৰসৰ উত্তৰাখণ্ডবাসীলৈ ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত আন্তৰিক শুভকামনা জনাইছোঁ।”
***
AKT/SH/DB
विकास के पथ पर अग्रसर उत्तराखंड के निवासियों को राज्य के स्थापना दिवस की हार्दिक शुभकामनाएं। On Uttarakhand Foundation Day, my greetings to the people of the state.
— Narendra Modi (@narendramodi) November 9, 2017