Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ বাদাউনত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাদাউনত সংঘটিত এক দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে;

‘উত্তৰ প্ৰদেশৰ বাদাউনত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানি অত্যন্ত বেদনাদায়ক। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

****

MJPS/ST/HS