Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উৰিষ্যাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


উৰিষ্যাৰ ৰাজ্যপাল ড০ হৰি বাবু কম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰে;

“উৰিষ্যাৰ ৰাজ্যপাল, @DrHariBabuK প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে @narendramodi.”

@GovernorOdisha

***

MJPS/VJ/DD