পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঋষি পতঞ্জলিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যোগৰ গভীৰ উপকাৰসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। যোগৰ নিয়মীয়া অনুশীলনে শৰীৰক সুস্থ আৰু মনক শান্ত কৰি ৰাখে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে যে যোগক দৈনন্দিন ৰুটিনৰ অংশ কৰিলে জীৱন সন্তুলিত আৰু উদ্যমী হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
“নিয়মিত যোগৰ অনুশীলনে শৰীৰ সুস্থ আৰু মন শান্ত কৰি ৰাখে। যোগক দৈনন্দিন ৰুটিনৰ অংশ কৰি তোলাটোৱে জীৱনক সন্তুলিত আৰু উদ্যমী কৰি তোলে।”
योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत् तं परवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥”
যোগৰ জৰিয়তে মনৰ, ব্যাকৰণৰ জৰিয়তে কথা কোৱাৰ আৰু আয়ুৰ্বেদৰ জৰিয়তে শৰীৰৰ অশুদ্ধতা আঁতৰ কৰা ধ্যানশীল ঋষিসকলৰ ভিতৰত আটাইতকৈ উচ্চস্তৰৰ ঋষি পতঞ্জলীক মই কৰজোঁৰে প্ৰণিপাত কৰোঁ।
योग का नियमित अभ्यास तन को स्वस्थ और मन को शांत रखता है। इसे अपनी दिनचर्या का हिस्सा बनाने से जीवन संतुलित और ऊर्जावान बनता है।
योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।योऽपाकरोत् तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥ pic.twitter.com/tFHwiQSURk— Narendra Modi (@narendramodi) June 4, 2026
***
MJPS/SS/PRK/DD
योग का नियमित अभ्यास तन को स्वस्थ और मन को शांत रखता है। इसे अपनी दिनचर्या का हिस्सा बनाने से जीवन संतुलित और ऊर्जावान बनता है।
— Narendra Modi (@narendramodi) June 4, 2026
योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत् तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥ pic.twitter.com/tFHwiQSURk