Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“সমগ্ৰ বিশ্বৰ লাখ লাখ ভক্তৰ লগতে মই এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেতৰ নিঃস্বাৰ্থ মানৱসেৱাই অসংখ্য মানুহৰ জীৱনলৈ যোগাত্মক পৰিৱৰ্তন আনিছিল।

এইচ এইচ প্ৰমূখ মহাৰাজৰ ঐশ্বৰ্যশালী চিন্তাধাৰাই সকলো বাধা অতিক্ৰম কৰি মানুহক পথ প্ৰদৰ্শন কৰি আহিছে। দুখীয়া-দৰিদ্ৰ তথা সৰ্বস্বান্তৰ জীৱনলৈ যোগাত্মক পৰিৱৰ্তন আনাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগীয়ে আমাক সদায়ে প্ৰেৰিত কৰিব।

এইচ এইচ প্ৰমূখ মহাৰাজৰ লগত মোৰ বিশেষ সম্পৰ্ক আছিল। তেওঁৰ লগত কটোৱা সময় মোৰ বাবে স্মৰণীয় হৈ থাকিব। তেখেতৰ আশিস লাভ কৰি মই ধন্য হৈছিলো। যোৱাবছৰ সাৰঙ্গপুৰত মই তেখেতৰ বিষয়ে কি কৈছিলো, এই লিংকত উপলব্ধ আছে।

https://www.youtube.com/watch?v=azaYIrMsx5g ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 ****

AKT/NT/PRK