পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা এছআৰচিচিৰ কাৰ্যসূচীলৈ অহা-যোৱাৰ সময়ত কৰা মেট্ৰ’ যাত্ৰাৰ কথোপকথনৰ কিছু মুহূৰ্তৰ এটা ভিডিঅ’ আজি শ্বেয়াৰ কৰে।
‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখেঃ
“মেট্ৰ’ৰ মুহূৰ্তসমূহ…
কালি নিশা এছআৰচিচিলৈ অহা-যোৱাৰ সময়ৰ কথোপকথন।”
Metro moments…
Conversations during last evening’s journey to SRCC and back. pic.twitter.com/GHIuPqYAKI
— Narendra Modi (@narendramodi) September 6, 2026
*****
MJPS/SS/PRK/DB