পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে-ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দলটোৱে সুন্দৰ সময়ৰ অভিলেখেৰে পদক লাভ কৰে । তেওঁলোকৰ সফলতাই অনাগত সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;
“সঁচাকৈয়ে উল্লেখযোগ্য! পুৰুষৰ ৪ x ৪০০ মিটাৰ ৰিলেত সুন্দৰ সময়ৰ অভিলেখেৰে ব্ৰঞ্জৰ পদক জয় কৰা বাবে ধৰ্মবীৰ চৌধুৰী, মনু টি এছ, জয় কুমাৰ আৰু বিশাল টি কে ক অভিনন্দন জনাইছো। তেওঁলোকৰ সফলতাই আগন্তুক সময়ত এথলেটিকছৰ জনপ্ৰিয়তাত অৰিহণা যোগাব: প্ৰধানমন্ত্ৰী @narendramodi “
Remarkable indeed!
Congratulations to Dharmveer Chaudhary, Manu TS, Jay Kumar and Vishal TK on winning Bronze in the Men’s 4×400m Relay with a superb timing. May their success contribute to the popularity of athletics in the times to come: PM @narendramodi pic.twitter.com/TA4inEypGA
— PMO India (@PMOIndia) September 29, 2026
***
MJPS/SS/ST/DD