পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ছিংগল স্কোৱাছত উৎকৃষ্ট প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰা অনাহত সিঙক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে, বিশেষকৈ বিশ্বৰ কেইবাগৰাকীও শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তেওঁৰ দক্ষতা বিশেষভাৱে প্ৰতিফলিত হৈছে। শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে অনাহত সিঙে আগন্তুক দিনসমূহতো নতুন উচ্চতা স্পৰ্শ কৰি ভাৰতলৈ আৰু বহু সন্মান কঢ়িয়াই আনিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত কৰা এক পোষ্টত কয়—
“অনাহত সিঙলৈ এক গৌৰৱময় ৰূপৰ পদকৰ অভিনন্দন! এছিয়ান গেমছত মহিলাৰ ছিংগল স্কোৱাছত তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয় হৈছে। তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে, বিশেষকৈ বিশ্বৰ কেইবাগৰাকীও শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত। তেওঁ আগন্তুক দিনসমূহতো নতুন উচ্চতা স্পৰ্শ কৰি ভাৰতলৈ আৰু বহু সন্মান কঢ়িয়াই আনক।”
PM @narendramodi”
A splendid Silver for @Anahat_Singh13! Her performance in the Women’s Singles Squash at the Asian Games has been impressive. She has shown tremendous skill, notably while competing against some of the finest players. May she continue to scale new heights and bring many more… pic.twitter.com/kFDiVCQenT
— PMO India (@PMOIndia) September 27, 2026
***
MJPS/SS/PRK/DM