পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ প্ৰথমটো এছিয়ান গেমছত মহিলাৰ পল ভল্টত ব্ৰঞ্জৰ পদক লাভ কৰা বাবে বাৰানিকা ইলাংগোভানক অভিনন্দন জনায় আৰু ইয়াক এক বিশেষ জাঁপ তথা ভাৰতৰ বাবে এক অনুকৰণীয় পদক বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া এক গৌৰৱপূৰ্ণ সাফল্য যিয়ে আন বহুতো উদীয়মান এথলীটক এই খেলবিধ আঁকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰিব।
‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে উল্লেখ কৰে:
“এক বিশেষ জাঁপ আৰু ভাৰতৰ বাবে এক অনুকৰণীয় পদক!
নিজৰ প্ৰথমটো এছিয়ান গেমছত মহিলাৰ পল ভল্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বাৰানিকা ইলাংগোভানক অভিনন্দন। এক গৌৰৱজনক সাফল্য যিয়ে আন বহুতো উদীয়মান এথলিটক এই খেলবিধ আঁকোৱালি ল’বলৈ প্ৰেৰণা যোগাব: প্ৰধানমন্ত্ৰী @narendramodi”
A special leap and an exemplary medal for India!
Congratulations to Baranica Elangovan on winning the Bronze in the women’s pole vault at her Asian Games debut. A proud achievement that will inspire many more young athletes to take up the sport: PM @narendramodi
— PMO India (@PMOIndia) September 25, 2026
****
MJPS/SS/PRK/DB