প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ ছিংগলছ SL4 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সুহাছ এল. যথীৰাজক অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ অধ্যৱসায়, একাগ্ৰতা আৰু ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ সঁচাকৈয়ে প্ৰশংসনীয়। এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি তেওঁ আশা প্ৰকাশ কৰে যে সুহাছে এনেদৰেই শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি যাওক আৰু সকলোকে অনুপ্ৰাণিত কৰি থাকক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:
“সুহাছ এল. যথীৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত নিজৰ বিশেষ পৰিচয় বৰ্তাই ৰাখিছে!
তেওঁ এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ ছিংগলছ SL4 পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ অধ্যৱসায়, একাগ্ৰতা আৰু ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ সঁচাকৈয়ে প্ৰশংসনীয়।
এই সাফল্যৰ বাবে সুহাছলৈ মোৰ অভিনন্দন। তেওঁ ধাৰাবাহিকভাৱে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই যাওক আৰু সকলোকে অনুপ্ৰাণিত কৰি থাকক: প্ৰধানমন্ত্ৰী
Suhas L. Yathiraj continues to distinguish himself on the international sporting stage!
He has won the Bronze in the Men’s Singles SL4 Para Badminton event at the Asian Para Games 2026.
His consistency, perseverance and passion for the sport are truly admirable.
My congratulations to Suhas on this achievement. May he continue to excel and inspire: PM @narendramodi
— PMO India (@PMOIndia) October 22, 2026
MJPS/SS/PRK/DB
Suhas L. Yathiraj continues to distinguish himself on the international sporting stage! He has won the Bronze in the Men's Singles SL4 Para Badminton event at the Asian Para Games 2026. His consistency, perseverance and passion for the sport are truly admirable. My congratulations to Suhas on this achievement. May he continue to excel and inspire: PM @narendramodi
— PMO India (@PMOIndia) October 22, 2026