এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি১২/১৩ শাখাত ৰূপৰ পদক অৰ্জন কৰা ৰাধা ভেংকটেশক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । শ্ৰী মোদীয়ে তেওঁৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয় যে ৰাধাৰ সফলতাত সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতেও তেওঁ যাতে আৰু অধিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়, তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক আন্তৰিক শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে প্ৰকাশ কৰে—
“ৰাধা ভেংকটেশৰ এক উল্লেখযোগ্য সফলতা! এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১৫০০ মিটাৰ দৌৰৰ টি১২/১৩ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে গৌৰৱ বোধ কৰিছোঁ। তেওঁৰ সফলতাত সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতেও যাতে তেওঁ আৰু অধিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।”
@narendramodi”
A wonderful achievement by Radha Venkatesh! Proud of her for winning the Silver Medal in the Women’s 1500m T12/13 event at the Asian Para Games 2026. India celebrates her success. I wish her the very best for many more achievements in the future: PM @narendramodi
— PMO India (@PMOIndia) October 19, 2026
****
MJPS/SS/ST/DM