Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। 

 

শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

“সুন্দৰ প্ৰদৰ্শন টীম ইণ্ডিয়া! 

এছিয়া কাপ বিজয়ৰ বাবে অভিনন্দন। আমাৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ জৰিয়তে অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে।”

 

 —নৰেন্দ্ৰ মোদী(@narendramodi) ছেপ্টেম্বৰ ১৭, ২০২৩

 

Well played Team India!

Congratulations on winning the Asia Cup. Our players have shown remarkable skill through the tournament. https://t.co/7uLEGQSXey

— Narendra Modi (@narendramodi) September 17, 2023

 

*************************

DS/KG