পি এম ইণ্ডিয়া
এছিয়া কাপ ২০১৭ জয়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় হকী দললৈ শুভেচ্ছা জনাইছে৷
‘অনবদ্য খেল, অনবদ্য প্ৰদৰ্শন! এছিয়া কাপ ২০১৭ জয় কৰা আমাৰ হকী দলটোলৈ মোৰ শুভেচ্ছা ও অভিনন্দন জনাইছো৷ এই অনন্য জয়ত সমগ্ৰ ভাৰত আজি উৎফুল্লিত হৈ পৰিছে৷’’ – প্ৰধানমন্ত্ৰীয়ে আজি কয়৷
****
AKT/AK/Rang
Great game, great win! Congrats to our hockey team for winning the #AsiaCup2017. India rejoices at this stupendous victory. @TheHockeyIndia
— Narendra Modi (@narendramodi) October 22, 2017