Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰে মিলিত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰীয়ে আজি প্ৰকাশ কৰে যে তেওঁ এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক তথা ইউনিভাৰ্চেল ছিৰিয়াক অৰ্থডক্স চাৰ্চৰ সৰ্বোচ্চ মুৰব্বী মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰ সৈতে মিলিত হৈ পুলকিত হৈছে।

এই বৈঠকত প্ৰধানমন্ত্ৰী আৰু মহামহিমে বিস্তৃত বিষয়ত আলোচনা কৰে। ​

প্ৰধানমন্ত্ৰীয়ে এক্স-ত কৈছে;

এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক তথা ইউনিভাৰ্চেল ছিৰিয়াক অৰ্থডক্স চাৰ্চৰ সৰ্বোচ্চ মুৰব্বী মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰ সৈতে মিলিত হৈ পুলকিত হৈছো।

আমি বিস্তৃত বিষয়ত আলোচনা কৰো।

***

MJPS/Dr. Pavan Khedkar/SB