পি এম ইণ্ডিয়া
এফআইজি বিশ্ব চেলেঞ্জ কাপৰ ভ’ল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা দীপা কৰ্মকাৰক প্ৰধানমনন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে৷
‘দীপা কৰ্মকাৰকলৈ আজি ভাৰতবৰ্ষ গৌৰৱান্বিত৷ তুৰ্কীৰ মাৰ্ছিনত অনুষ্ঠিত এফআইজি বিশ্ব চেলেঞ্জ কাপৰ ভ’ল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছো৷ এয়া হ’ল দীপা কৰ্মকাৰৰ দৃঢ়তা আৰু কেতিয়াও হাৰ নমনা মানসিকতাৰ উৎকৃষ্ট ফল৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷
***
AKT/KP/MS