Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংস্থাসমূহত নিৰ্বিনিয়োগৰ বাবে SPV স্থাপনৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


 

প্রধানমন্ত্রী নৰেন্দ্র মোদী পৌহিত্য অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এয়াণ্ডিয়া আৰু ইয়াৰ সহযোগী সংস্থাসমূহত নিৰ্বিনিয়োগৰ বাবে এক বিশেষ উদ্দেশ্যসাধ সংস্থা চমুকৈ SPV গঠন প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে।

 

এই এছপিভি সংস্থাটোৰ নাম হএয়াণ্ডিয়া এছেটছ হোল্ডিং লিমিটেড (AIAHL)এয়াণ্ডিয়াৰ উপৰিও এয়া ট্রান্সপর্ট ছার্ভিছেজ লিমিটেড, এয়ালাইন এলায়েড ছাৰ্ভিছেজ লিমিটেড, এয়াণ্ডিয়া ইঞ্জিনিয়াৰিং ছার্ভিছেজ লিমিটেড আৰু হোটেল কর্পৰে্যন অণ্ডিয়া লিমিটেড দৰে এয়াণ্ডিয়া চাৰি সহযোগী সংস্থাৰো নি,ৰ্বিনিয়োগ কৰিব এই সংস্থাটোৱে।

 

উল্লেখ্য যে ২০১৮ চনৰ ২২ জানুৱাৰী তাৰিখে প্রস্তাৱিত এই সংস্থা গঢ়ি তোলা সিদ্ধান্ত গ্ৰহণ কৰিছিল অসামৰিক বিমান পৰিবহণ মন্ত্রালয়েচৰকাৰে, এই বিশেষ উদ্দেশ্যসাধ সংস্থালৈ এয়াণ্ডিয়া লিমিটেডৰ ২৯,৪৬৪ কোটি টকা ঋণ আৰু অন্য চাৰিটা সংস্থালৈ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফল, এয়াণ্ডিয়া দৰে ৰাষ্ট্ৰীয়কৃত সংস্থাৰ নিৰ্বিনিয়োগৰৰ কাম সুচলভাৱে সম্পন্ন হব।

*******

AKT/SH/RD