Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ওড়িষাৰ ঝাৰছুগুড়া বিমানবন্দৰক ‘বীৰ সুৰেন্দ্ৰ ছাই বিমানবন্দৰ’ নামেৰে নামকৰণ কৰাত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ওড়িষাৰ ঝাৰছুগুড়া বিমানবন্দৰক বীৰ সুৰেন্দ্ৰ ছাই বিমানবন্দৰনামেৰে নামকৰণ কৰাত অনুমোদন জনাইছে৷

উপযোগিতাঃ

বীৰ সুৰেন্দ্ৰ ছাই আছিল ওড়িষাৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী৷ ঝাৰছুগুড়া বিমানবন্দৰৰ নতুন নামকৰণে ওড়িষা চৰকাৰৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে৷ ইয়ে অঞ্চলটোৰ স্থানীয় ৰাইজৰ আবেগঅনুভূতিক প্ৰতিফলিত কৰাৰ লগতে ৰাজ্যখনৰ এগৰাকী সন্মানিত ব্যক্তিৰ বৰঙণিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব৷

*****

NW/AKT/SH/MS