Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কচ্ছ নৱবর্ষ আষাধী বীজ উপলক্ষে প্রধানমন্ত্রীৰ শুভেচ্ছা


 

কচ্ছ নৱবর্ষ আষাধী বীজ উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেশবাসীক শুভেচ্ছা জনায়৷

 

এক বার্তাত প্ৰধানমন্ত্ৰীয়ে কয়, সকলোকে কচ্ছ নৱবর্ষ আষাধী বীজ উপলক্ষে শুভেচ্ছা জনাইছো৷ অহা বছৰটোৱে যেন সকলোৰে বাবে আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনে৷ সকলোৰে আশাআকাংক্ষাখিনিও যেন পূৰণ হয়৷

***
 

AKT/SH/DB