Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কটকত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত যিসকলে আত্মীয়স্বজনক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰো আশু আৰোগ্য কামনা কৰিছো৷’’

***

AKT/SH/DB