পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী দীপক লাথাৰক অভিনন্দন জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমাৰ ভাৰত্তোলকসকল সুন্দৰ স্থিতিত আছে! মোৰ যুৱবন্ধু দীপক লাথাৰে পুৰুষৰ ৬৯ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে৷ এই যুৱ তাৰকাজনলৈ অভিনন্দন আৰু ভৱিষ্যতৰ সমূহ প্ৰয়াসৰ বাবে শুভকামনা জ্ঞাপন কৰিলো৷’’
দীপক লাথাৰে কমনৱেলথ গেমছত গ’ল্ড কষ্টত অনুষ্ঠিত পুৰুষৰ ৬৯ কেজিৰ ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি আটাইতকৈ কম বয়সীয়া ভাৰতীয় ভাৰত্তোলক হিচাপে প্ৰসিদ্ধ হ’ল৷
****
AKT/HS/MANN
Our weightlifters are in superb form! My young friend Deepak Lather wins a Bronze in the Men's 69 kg category. Congratulations to this youngster and all the best for his future endeavours: PM @narendramodi #GC2018 @GC2018 pic.twitter.com/H93XVJnFhh
— PMO India (@PMOIndia) April 6, 2018