পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২৬ত ৫৭ কেজি জুডো শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে য়ামিনী মৌৰ্যক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে য়ামিনী মৌৰ্যই ব্যতিক্ৰমীভাৱে সুন্দৰ প্ৰদৰ্শন কৰিছে । তেওঁৰ জুডোৰ প্ৰতি থকা আকৰ্ষণ তেওঁৰ প্ৰদৰ্শনত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
শ্ৰী মোদীয়ে তেওঁৰ এই সাফল্যই বহু যুৱক-যুৱতীক জুডো খেলিবলৈ অনুপ্ৰাণিত কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যতৰ দিনৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনায়।
এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
‘জুডোৰ ৫৭ কেজি শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে য়ামিনী মৌৰ্যক অভিনন্দন!তেওঁ অতি ভাল খেলিছে আৰু জুডোৰ প্ৰতি থকা তেওঁৰ আবেগ তেওঁৰ প্ৰদৰ্শনত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
#CWG2026”
Congratulations to Yamini Maurya on winning a Silver in the Judo 57 kg category! She played very well and her passion for Judo clearly reflected in her performance. Her feat will draw many youngsters towards Judo in the coming times. Wishing her the very best for the endeavours…
— Narendra Modi (@narendramodi) August 1, 2026
***
MJPS/SS/ST/DM