পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমনৱেলথ গোষ্ঠীৰ সৈতে নিজৰ শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভাগ-বাটোৱাৰা কৰিবলৈ ভাৰত কেনেদৰে সাজু হৈ আছে, সেই বিষয়ে আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
ভাৰতে কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) আয়োজন কৰাৰ সময়তে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই বসুধৈৱ কুটুম্বকম-‘বিশ্ব এক পৰিয়াল’ৰ কালজয়ী নীতিৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপ কৰে।
এক্সত লোকসভা সচিবালয়ৰ হেণ্ডেলৰ এটা পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৈছেঃ
‘ভাৰতে ২৮ সংখ্যক চিএছপিঅ’চিৰ আয়োজন কৰাৰ সময়ত সন্মানীয় @loksabhaspeaker শ্ৰী @ombirlakota য়ে জোৰ দি কৈছে যে বসুধৈৱ কুটুম্বকমৰ মনোভাবেৰে দেশখনে কমনৱেলথৰ সৈতে নিজৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভাগ-বাটোৱাৰা কৰিবলৈ সাজু হৈ আছে।
তেওঁ লিখিছে যে ভাৰতে প্ৰযুক্তিক একচেতিয়া সম্পদ হিচাপে গণ্য নকৰে, বৰং ৰাজহুৱা সম্পদ হিচাপেহে বিবেচনা কৰে, যিয়ে সমগ্ৰ বিশ্বতে গণতান্ত্ৰিক সহনশীলতা শক্তিশালী কৰে।’
As India hosts the 28th CSPOC, Honourable @loksabhaspeaker Shri @ombirlakota underscores that, in the spirit of Vasudhaiva Kutumbakam, the country stands ready to share its digital public infrastructure with the Commonwealth.
He writes that India does not see technology as a… https://t.co/Y9q2vo5Uic
— PMO India (@PMOIndia) January 15, 2026
***
MJPS/SR/HS