Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাংস্কৃতিক বান্ধোন শক্তিশালীকৰণ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিভংগী গভীৰ কৰাৰ ক্ষেত্ৰত কাশী তামিল সংগমমৰ বিকাশত গুৰুত্ব আৰোপ কৰি নিজৰ চিন্তাধাৰা ভাগ-বাটোৱাৰা প্ৰধানমন্ত্ৰীৰ


পোংগল উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী তামিল সংগমমৰ উল্লেখযোগ্য বিকাশ সম্পৰ্কত তেওঁৰ দৃষ্টভংগী ভাগ-বাটোৱাৰা কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে কেনেদৰে এই পদক্ষেপটো সাংস্কৃতিক বিনিময়ৰ বাবে এক উজ্জীৱিত মঞ্চ হৈ পৰিছে, পৰম্পৰা, ভাষা আৰু জনগোষ্ঠীসমূহক ভাৰতৰ বৈচিত্ৰ্যৰ মাজত একতা উদযাপনৰ বাবে একত্ৰিত কৰিছে।

#SomnathSwabhimanParv ৰ অংশ হিচাপে তেওঁৰ শেহতীয়া সোমনাথ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কাশী তামিল সংগমম আৰু সৌৰাষ্ট্ৰ তামিল সংগমমৰ দৰে পদক্ষেপৰ বাবে সন্তুষ্টি প্ৰকাশ কৰা নাগৰিকসকলৰ সৈতে বাৰ্তালাপ কৰে।

এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

#SomnathSwabhimanParv ত মোৰ শেহতীয়াকৈ সোমনাথ ভ্ৰমণৰ সময়ত মই কাশী তামিল সংগমম আৰু সৌৰাষ্ট্ৰ তামিল সংগমমৰ দৰে প্ৰচেষ্টাৰ প্ৰশংসা কৰা লোকসকলক লগ পাইছিলো। আজি পোংগল উপলক্ষে কাশী তামিল সংগমমৰ বিকাশ আৰু ই কেনেদৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টভংগী গভীৰ কৰে, সেই বিষয়ে মোৰ চিন্তাধাৰা ভাগ-বাটোৱাৰা কৰিলো।

https://www.narendramodi.in/kashi-tamil-sangamam-and-a-tribute-to-ek-bharat-shreshtha-bharat

শেহতীয়াকৈ মই #SomnathSwabhimanParv ত সোমনাথ ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো। এই সময়ছোৱাতেই কাশী-তামিল সংগমম আৰু সৌৰাষ্ট্ৰ-তামিল সংগমমৰ দৰে প্ৰচেষ্টাক যথেষ্ট প্ৰশংসা কৰা লোকসকলৰ সাক্ষাৎ পাইছিলো। আজি পোংগল উপলক্ষে মই এতিয়ালৈকে কাশী-তামিল সংগমমৰ যাত্ৰা আৰু ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ ওপৰত মোৰ চিন্তাধাৰা ভাগ-বাটোৱাৰা কৰিছো…

https://www.narendramodi.in/hi/kashi-tamil-sangamam-and-a-tribute-to-ek-bharat-shreshtha-bharat

சோம்நாத் சுயமரியாதைப் பெருவிழாவை முன்னிட்டு #SomnathSwabhimanParv அண்மையில் நான் சோம்நாத்திற்குச் சென்றிருந்தபோது, நான் சந்தித்த மக்கள், காசி தமிழ் சங்கமம், சௌராஷ்ட்ர தமிழ் சங்கமம் போன்ற முயற்சிகளைப் பாராட்டினார்கள். இன்று சிறப்புமிக்க பொங்கல் பண்டிகையின் போது, காசி தமிழ் சங்கமத்தின் வளர்ச்சி குறித்தும், ‘ஒரே பாரதம் உன்னத பாரதத்தின்’ உணர்வை அது எவ்வாறு வலுப்படுத்துகிறது என்பது பற்றியும் எனது கருத்துக்களைப் பரிமாறிக் கொண்டேன்.

https://www.narendramodi.in/ta/kashi-tamil-sangamam-and-a-tribute-to-ek-bharat-shreshtha-bharat

****

MJPS/SR/HS