পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাডেৰ খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷
‘‘কাডেৰ খানজীয়ে তেওঁৰ অভূতপুৰ্ব অভিনয় কৌশলেৰে তথা অনন্য প্ৰতিভাৰে চলচ্চিত্ৰ জগতক আলোকিত কৰিছিল৷ তেওঁ আছিল এজন চিত্ৰনাট্য লিখক আৰু বহুতো স্মৰণীয় চলচ্চিত্ৰৰ সৈতে জড়িত আছিল৷ তেওঁৰ দেহাৱসানত গভীৰ শোক পাইছোঁ৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
*****
AKT/KP/MANN
Kader Khan Ji brightened the screen with his stupendous acting skills and lightened it thanks to his unique sense of humour.
— Narendra Modi (@narendramodi) January 1, 2019
He was also a prolific screenwriter, associated with many memorable films.
Saddened by his demise. Condolences to his family and admirers.