Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰ্গিল বিজয় দিৱসত সেনালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল বিজয় দিৱসত বীৰ সেনাসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷

‘কাৰ্গিল বিজয় দিৱসত কৃতজ্ঞ দেশবাসীয়ে সকলো বীৰ সৈনিকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে, যিয়ে অ’পাৰেচন বিজয়ত দেশক নিষ্ঠাৰে সেৱা আগবঢ়াইছিল৷ আমাৰ সাহসী সৈনিকে ভাৰতক সুৰক্ষিত কৰি ৰাখিছিল আৰু শান্তি-সম্প্ৰীতি ভংগ কৰিব বিচৰাসকলক উচিত প্ৰত্যুত্তৰ দিছিল৷

অ’পাৰেচন বিজয়ৰ সময়ছোৱাত অটল বিহাৰী বাজপেয়ীৰ অনবদ্য ৰাজনৈতিক নেতৃত্বকো দেশবাসীয়ে সদায় মনত ৰাখিব৷ তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ সমান্তৰালকৈ সুৰক্ষা বাহিনীক সমৰ্থন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক শক্তিশালী ৰূপত থিয় কৰাবলৈ সক্ষম হৈছিল৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/KP/MS