Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কীৰ্তিমান মহিলাসকলক টুইটাৰ চলোৱাৰ দায়িত্ব দিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে একাংশ কীৰ্তিমান মহিলাই তেওঁলোকৰ জীৱন যাত্ৰাৰ কাহিনী তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টযোগে শ্বেয়াৰ কৰিব৷ সমগ্ৰ ভাৰতৰ একাংশ মহিলাই তেওঁলোকৰ জীৱন কাহিনী প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্টযোগে শ্বেয়াৰ কৰে৷ বিভিন্ন ক্ষেত্ৰত জড়িত মহিলাসকলে শ্বেয়াৰ কৰা তেওঁলোকৰ জীৱন কাহিনী উল্লেখযোগ্য আৰু প্ৰেৰণাদায়ক৷

******

VRRK/ VJ/DB