পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুশীনগৰৰ ৰাজকিয়া চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে। তেখেতে তদুপৰি কুশীনগৰত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কুশীনগৰত চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে চিকিৎসক হোৱা বা মানসম্পন্ন চিকিৎসা আন্তঃগাঁথনি থকাৰ স্থানীয় আকাংক্ষাৰাজি পূৰণ কৰা হ’ব। তেখেতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত নিজা ভাষাত কাৰিকৰী শিক্ষা লাভৰ সম্ভাৱনা বাস্তৱত পৰিণত হৈছে। ই কুশীনগৰৰ স্থানীয় যুৱক-যুৱতীসকলক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যেতিয়া মৌলিক সুবিধাসমূহ উপলব্ধ হোৱা মাত্ৰেকে ডাঙৰ সপোন দেখিবলৈ সাহস আৰু সপোনৰাজি পৰিপূৰণৰ অৰ্থে উদ্দীপনাৰ সঞ্চাৰ হয়। গৃহহীনসকল, বস্তিবাসীসকলে পকী ঘৰ লাভ, ঘৰত শৌচালয় থকা, বিদ্যুৎ সংযোগ, গেছ সংযোগ, টেপৰ জৰিয়তে পানী লাভে দৰিদ্ৰলোকসকলৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ ‘ডাবল ইঞ্জিন’ ৰ চৰকাৰখনে দুগুণ শক্তিৰে পৰিস্থিতি উন্নত কৰি আছে। তেখেতে দুখ প্ৰকাশ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে দৰিদ্ৰলোকৰ মৰ্য্যাদা আৰু প্ৰগতিৰ প্ৰতি গুৰুত্ব দিয়া নাছিল আৰু ৰাজবংশী ৰাজনীতিৰ কুপ্ৰভাৱত বহু ভাল পদক্ষেপ দৰিদ্ৰতম লোকসকলৰ ওচৰ নাপাইছিলগৈ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে ৰাম মনোহৰ লোহিয়াই কৈছিল যে- কৰ্মক সহানুভূতিৰে সংযোগ কৰক, ইয়াক সম্পূৰ্ণ সহানুভূতিৰে সংযোগ কৰক। কিন্তু যিসকলে আগতে চৰকাৰ চলাইছিল তেওঁলোকে দৰিদ্ৰ লোকসকলৰ বেদনাৰ প্ৰতি গুৰুত্ব নিদিলে, পূৰ্বৰ চৰকাৰখনে তেওঁলোকৰ কৰ্মক কেলেংকাৰি আৰু অপৰাধৰ সৈতে সংযুক্ত কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰখনে আৰম্ভ কৰা স্বামিত আঁচনিখনে ভৱিষ্যতে উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলসমূহৰ সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিবলৈ আগবাঢ়িছে। প্ৰধানমন্ত্ৰী স্বামিত্ব যোজনাৰ অধীনত, গাঁৱৰ ঘৰবোৰৰ মালিকীস্বত্বৰ নথিপত্ৰ অৰ্থাৎ ঘৰবোৰৰ মালিকীস্বত্ব প্ৰদানৰ কাম আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শৌচালয় আৰু উজ্জ্বলাৰ দৰে আঁচনিসমূহৰ জৰিয়তে ভগ্নী আৰু কন্যাসকলে সুৰক্ষিত আৰু মৰ্য্যাদাৰ অনুভূতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাত, গৰিষ্ঠসংখ্যক ঘৰ ঘৰৰ মহিলাৰ নামত আছে।
বিগত সময়ছোৱাত উত্তৰ প্ৰদেশৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ২০১৭ ৰ পূৰ্বে চৰকাৰৰ নীতিয়ে মাফিয়াসকলক মুকলিকৈ লুণ্ঠনৰ বাবে পৰিবেশ খোলা কৰি দিছিল। আজি যোগী জীৰ নেতৃত্বত মাফিয়াই ক্ষমা বিচাৰি দৌৰি আছে আৰু যোগী জীৰ চৰকাৰৰ অধীনত মাফিয়াচক্ৰ উৎখাত হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ দেশখনক সৰ্বাধিক সংখ্যক প্ৰধানমন্ত্ৰী প্ৰদান কৰা এখন ৰাজ্য। এয়াই হৈছে উত্তৰ প্ৰদেশৰ বিশেষত্ব, অৱশ্যে, “উত্তৰ প্ৰদেশৰ পৰিচয় কেৱল ইয়াতেই সীমাবদ্ধ থাকিব নোৱাৰে। উত্তৰ প্ৰদেশক ৬-৭ দশকৰ মাজত সীমাবদ্ধ ৰাখিব নোৱাৰি। এই ভূমিৰ ইতিহাস নিৰবধি, ইয়াৰ অৱদান নিৰবধি”। ভগৱান ৰামে এই ভূমিত অৱতাৰ গ্ৰহণ কৰিছিল; ভগৱান শ্ৰী কৃষ্ণইয়ো ইয়াতে অৱতাৰ লৈছিল। ২৪ জনৰ ভিতৰত ১৮ গৰাকী জৈন তীৰ্থংকৰাই উত্তৰ প্ৰদেশত পদাৰ্পণ কৰিছিল। তেখেতে লগতে কয় যে মধ্যযুগত তুলসীদাস আৰু কবিৰদাসৰ দৰে মহৎ ব্যক্তিত্বৰো জন্ম হৈছিল এই ভূমিত। এই ৰাজ্যই সন্ত ৰবিদাসৰ দৰে সমাজ সংস্কাৰকক জন্ম দিয়াৰ সৌভাগ্য অৰ্জন কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ হৈছে এনে এক অঞ্চল য’লৈ প্ৰতিটো উপলক্ষতে তীৰ্থযাত্ৰা হয় আৰু প্ৰতিটো কণাতে শক্তি থাকে। বেদ আৰু পুৰাণ ৰচনাৰ কাম ইয়াৰে নৈমিষাৰণ্যত কৰা হৈছিল। অৱধ অঞ্চলত অযোধ্যাৰ দৰে তীৰ্থযাত্ৰা হৈ আছে বুলি শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ গৌৰৱময় শিখ গুৰু পৰম্পৰাৰ উত্তৰ প্ৰদেশৰ সৈতেও গভীৰ সম্পৰ্ক আছে। আগ্ৰাৰ ‘গুৰু কা তাল’ গুৰুদ্বাৰ এতিয়াও গুৰু টেগ বাহাদুৰ জীৰ গৌৰৱৰ সাক্ষী, তেওঁৰ সাহসিকতাই ঔৰংগজেৱকো প্ৰত্যাহ্বান জনাইছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে কৃষকসকলৰপৰা ক্ৰয়ৰ ক্ষেত্ৰত নতুন অভিলেখ ৰচনা কৰিছে। এতিয়ালৈকে, উৎপাদিত পণ্য ক্ৰয়ৰ বিনিময়ত উত্তৰ প্ৰদেশৰ কৃষকসকলৰ বেংক একাউণ্টত প্ৰায় ৮০,০০০ কোটি টকা জমা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰপৰা উত্তৰ প্ৰদেশৰ কৃষকসকলৰ বেংক একাউণ্টত ৩৭,০০০ কোটিৰো অধিক টকা জমা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
*****
DS/AK/SB
Addressing a public meeting in the sacred land of Kushinagar. https://t.co/RNTaHrekuH
— Narendra Modi (@narendramodi) October 20, 2021
जब मूल सुविधाएं मिलती हैं, तो बड़े सपने देखने का हौसला और सपनों को पूरा करने का जज्बा पैदा होता है।
— PMO India (@PMOIndia) October 20, 2021
जो बेघर है, झुग्गी में है, जब उसको पक्का घर मिले, जब घर में शौचालय हो, बिजली का कनेक्शन हो, गैस का कनेक्शन हो, नल से जल आए, तो गरीब का आत्मविश्वास और बढ़ जाता है: PM
डबल इंजन की सरकार, डबल ताकत से स्थितियों को सुधार रही है।
— PMO India (@PMOIndia) October 20, 2021
वर्ना 2017 से पहले जो सरकार यहां थी, उसे आपकी दिक्कतों से, गरीब की परेशानी से कोई सरोकार नहीं था: PM @narendramodi
लोहिया जी कहा करते थे कि - कर्म को करूणा से जोड़ो, भरपूर करुणा से जोड़ो।
— PMO India (@PMOIndia) October 20, 2021
लेकिन जो पहले सरकार चला रहे थे, उन्होंने गरीब के दर्द की परवाह नहीं की, पहले की सरकार ने अपने कर्म को, घोटालों से जोड़ा, अपराधों से जोड़ा: PM @narendramodi
केंद्र सरकार ने एक और योजना शुरू की है जो भविष्य में उत्तर प्रदेश के ग्रामीण इलाकों में समृद्धि का नया द्वार खोलने वाली है।
— PMO India (@PMOIndia) October 20, 2021
इस योजना का नाम है- पीएम स्वामित्व योजना।
इसके तहत गांव के घरों की घरौनी यानि घरों का मालिकाना दस्तावेज़ देने का काम शुरु किया है: PM @narendramodi
2017 से पहले जो सरकार यहां पर थी, उसकी नीति थी- माफिया को खुली छूट, खुली लूट।
— PMO India (@PMOIndia) October 20, 2021
आज योगी जी के नेतृत्व में यहां माफिया माफी मांगता फिर रहा है और सबसे ज्यादा दर्द भी माफियावादियों को हो रहा है: PM @narendramodi
उत्तर प्रदेश के बारे में एक बात हमेशा कही जाती है कि ये एक ऐसा प्रदेश है जिसने देश को सबसे ज्यादा प्रधानमंत्री दिये।
— PMO India (@PMOIndia) October 20, 2021
ये यूपी की खूबी है, लेकिन यूपी की पहचान को केवल इस दायरे में ही नहीं देखा जा सकता।
यूपी को 6-7 दशकों तक ही सीमित नहीं रखा जा सकता: PM @narendramodi
ये ऐसी धरती है जिसका इतिहास कालातीत है, जिसका योगदान कालातीत है।
— PMO India (@PMOIndia) October 20, 2021
इस भूमि पर मर्यादापुरुष भगवान राम ने अवतार लिया, भगवान श्रीकृष्ण ने अवतार लिया।
जैन धर्म के 24 में 18 तीर्थंकर, उत्तर प्रदेश में ही अवतरित हुए थे: PM @narendramodi
आप मध्यकाल को देखें तो तुलसीदास और कबीरदास जैसे युगनायकों ने भी इसी मिट्टी में जन्म लिया था।
— PMO India (@PMOIndia) October 20, 2021
संत रविदास जैसे समाजसुधारक को जन्म देने का सौभाग्य भी इसी प्रदेश को मिला है: PM @narendramodi
उत्तर प्रदेश एक ऐसा प्रदेश है जहां पग-पग पर तीर्थ हैं, और कण-कण में ऊर्जा है।
— PMO India (@PMOIndia) October 20, 2021
वेदों और पुराणों को कलमबद्ध करने का काम यहाँ के नैमिषारण्य में हुआ था।
अवध क्षेत्र में ही, यहाँ अयोध्या जैसा तीर्थ है: PM @narendramodi
हमारी गौरवशाली सिख गुरु परंपरा का भी उत्तर प्रदेश से गहरा जुड़ाव रहा है।
— PMO India (@PMOIndia) October 20, 2021
आगरा में ‘गुरु का ताल’ गुरुद्वारा आज भी गुरु तेगबहादुर जी की महिमा का, उनके शौर्य का गवाह है जहां पर उन्होंने औरंगजेब को चुनौती दी थी: PM @narendramodi
डबल इंजन की सरकार यहां किसानों से खरीद के नए रिकॉर्ड स्थापित कर रही है।
— PMO India (@PMOIndia) October 20, 2021
UP के किसानों के ही बैंक अकाउंट में अभी तक लगभग 80,000 करोड़ रुपए उपज की खरीद के पहुंच चुके हैं।
पीएम किसान सम्मान निधि से UP के किसानों के बैंक खाते में 37,000 करोड़ रुपए से अधिक राशि जमा की जा चुकी है: PM