Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৃষ্ণা নদীত নাও ডুবি প্ৰাণহানি হোৱাসকলৰ প্ৰতি দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণা নদীত নাও ডুবি প্ৰাণহানি হোৱাসকলৰ প্ৰতি দুখ প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কৃষ্ণা নদীত নাও ডুব যোৱা ঘটনাত উদ্বিগ্ন হৈছো। এই শোকাবহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু এনডিআৰএফৰ মুখ্য কাৰ্যালয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে।”

AKT/AK/DB